আমি বিচাৰো যে এই দেশৰ সকলো নাগৰিকে ধৰ্ম নিৰ্বিশেষে নিজৰ ধৰ্মীয় নীতি নিয়ম সমানে পালন কৰিব পাৰে।
কমিল্লাৰ উপৰিও চান্দপুৰ, চাপাইনবাগাঞ্জ, চট্টগং, কক্স বজাৰত মন্দিৰত আক্ৰমণ সংঘটিত হৈছে।
মহালয়াৰ পৰাই এক কথাত পূজাৰ আৰম্ভ হয় ৷ মহালয়াৰ পুৱাৰ পবিত্ৰ বা-জাকে শৰীৰ-মন-আত্মা সুস্থ কৰে । সেয়ে আজিৰ এই বিশেষ পুৱা সকলো ওলাই আহি মলয়াৰ সুবাস লয় ।
জিলাখনৰ পূজা সমিতি সমূহৰ সৈতে হোৱা এই বৈঠকত উপায়ুক্ত গৰাকীয়ে আগন্তুক দুৰ্গা পূজা উদযাপনৰ সময়ত পালন কৰিবলগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে অৱগত কৰে
আওকাণ কৰিলে নচলিব, মানিব লাগিব আমাৰ দাবী।
সভাত উপস্থিত বিভিন্ন জনৰ পৰামৰ্শ গ্ৰহণ কৰাৰ উপৰিও আইন শৃংখলা জনিত ৰাজ্য চৰকাৰৰ স্থায়ী নিৰ্দেশনা সমূহো পূজা কমিটি সমূহক অৱগত কৰা হয় ।
মই এটা পৰিৱৰ্তন আনিব বিচাৰো। পঢ়িব নোৱাৰিলেও মই পৰিৱৰ্তন নিশ্চয় আনিম ।
আনহাতে প্ৰায় সংখ্যক লোকেই মাস্ক পৰিধান নকৰাকৈয়ে পূজা চাবলৈ ওলাই আহিছে । যাৰ পৰিণাম স্বৰূপে হয়টো ক'ভিডে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ।
নামনি অসমৰ দিশৰ পৰা মাছখোৱালৈ আহিবলগীয়া এ এচ টি চি অধীনস্থ বাছসমূহক মাছখোৱাৰ পৰিৱৰ্তে আই এছ বি টি লৈ যাব দিয়া হ’ব ৷
বৈদ্যুতিক আৱৰ্জনা (তাঁৰ) ব্যৱহাৰ কৰি এটা দুৰ্গা মূৰ্তি নিৰ্মাণ কৰি অসম বুক ফৰ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছিল
দেৱীৰ প্ৰতিমাটোৰ সাজপাৰ আ অলংকাৰ সম্পূৰ্ণ মাটিৰে নিৰ্মাণ কৰিছে বুলি মৃৎ শিল্পী গৰাকীয়ে জনায়।
দেৱী দুৰ্গাৰ আগমন ঘোঁৰাত হোৱাৰ লগতে গমন দোলাত হ'ব বুলি জানিব পৰা গৈছে
তেওঁ উক্ত খেলখনত ওড়িশাৰ পূজা নায়কক পৰাস্ত কৰে ।
Chhath puja
অৱশ্যে ইয়াৰ উৎস বিচাৰি পোৱা নাই যদিও যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ নিৰাপত্তা বাহিনী আৰু অগ্নিনির্বাপক বাহিনীক সাজু কৰি ৰাখিছে দেৰগাঁও প্রশাসনে।
শৈৱ শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত দহ দিনীয়া দুৰ্গা পূজাৰ আয়োজন।
জয়ৰামবতীত পূজা দৰ্শনৰ পিছত উভতি অহাৰ পথত কামৰপুকুৰকো চাব পাৰিব। প্ৰতিজন ব্যক্তিৰ বাবে ৫৫০ টকা। বাছত লঘু আহাৰ, চাহ বা কফি পৰিবেশন কৰা হ’ব।
ক'লা যাদুত লিপ্ত হোৱাটো ভুল
January 26, 2023