পৃথিৱীৰ ফালে আগবাঢ়ি আছে
২ৰ পৰা ৩ লাখৰ ভিতৰত হ'ব পাৰে
বিশেষকৈ পাকটিকা প্ৰদেশৰ নাগৰিকসকল অধিক শংকিত হৈ পৰিছে ।ইফালে আফগানিস্তানক এনে দুৰ্যোগৰ মাজতে বিভিন্ন দেশে সহায়ৰ বাবে মন মেলিছে ।
বুধবাৰে পুৱতি নিশা পাকিস্তান আৰু আফগানিস্তানত অহা এই ভূমিকম্পটোৱে প্ৰায় ৫০০ কিলোমিটাৰ এলেকা কঁপাই তুলিছিল।
ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঘৰৰ বা ওচৰ-পাজৰে এনেকুৱা ধৰণৰ ই-ৱেষ্ট দেখা পালে যাতে সেইখিনি লৈ আহি জমা দিয়ে, এই কথা তেওঁলোকক অৱগত কৰোৱা হয়।
এই শিলবোৰ ৩.২ বিলিয়ন বছৰ পুৰণি আছিল
এখন মৰুভূমি এখন সাগৰৰ পানীৰ সৈতে সংযোজিত হৈছে
নেৰিয়াছ হৈছে ১৯৮২ চনত আৱিষ্কৃত এপ'লো গ্ৰুপৰ এটা গ্ৰহাণু সদস্য
সমগ্ৰ বিশ্বৰ চৰকাৰ, পৰিৱেশবিদ আৰু বতৰ বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে
লোকবিশ্বাস অনুসৰি প্ৰৱেশ কৰা মানুহ পুনৰ কেতিয়াও ঘূৰি আহিব পৰা নাই বুলি কোৱা হয়
ভূমিকম্পৰ ফলত কেনেধৰণৰ ক্ষয়-ক্ষতি হৈছে সেই সন্দৰ্ভত এইপৰ্যন্ত কোনো তথ্য লাভ কৰা হোৱা নাই ৷
নৱেম্বৰ মাহত বিবাহ আদিৰ দৰে পৱিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে
July 4, 2022