বুধবাৰে দুয়োপক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ সুমন শ্যাম আৰু সুস্মিতা ফুকন খাউণ্ডৰ বিশেষ খণ্ড বিচাৰপীঠে ৰায়দান সংৰক্ষিত কৰি ৰাখে।
এই অভিযানত ৰাষ্ট্ৰীয় ৰাইফলছ, কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহ জড়িত হৈ আছে ৷
অসম আৰক্ষীয়ে আব্দুলক ধৰিবলৈ ৫ লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছিলদুৰ্ধৰ্ষ গঁড় চিকাৰী আব্দুল ১৪ ডিচেম্বৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ পৰা এটা ৰাইফলৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল দৰং আৰক্ষীয়ে ।
নামনিমুৱা বিকানেৰ এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মোহনক। বহিঃৰাজ্যলৈ গৈ থকাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল মোহন কুমাৰক।
১৩৯ জন লোক আহত হৈছে
আৰক্ষীয়েও প্ৰাণ হেৰুৱাব লগা হয়
জোলু শিৱ, জোলু নবীন আৰু চিন্তুন্তা চেন্নাকেশাভুলু নাবালক আছিল।
বাতৰি অনুসৰি, আলীক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছিল কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।
পলাই গৈ পুনৰ অনুৰূপ ঘটনা সংঘটিত কৰে । গতিকে এনেকুৱা অপৰাধীক পলাই যাবলৈ দিব নোৱাৰি ।
অভিযুক্ত সূৰুজৰ বাও ভৰিত আৰক্ষীৰ গুলী লাগে
চাৰিজনীয়া ডকাইতৰ দলৰ ধনঞ্জয় গিৰি আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰা সময়তে সংঘটিত হয় এই ঘটনা। ভৰিত গুলী লগা ধনঞ্জয় গিৰিক বৰ্তমান ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰা হৈছে ।
ইফালে নগাঁও কীৰ্তি কমল বৰা এনকাউণ্টাৰ প্ৰসঙ্গত সাংবাদিকৰ প্ৰশ্নত কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ডিজিপি গৰাকী ।
February 7, 2023