টীম ইণ্ডিয়াই দ্বিতীয় ইনিংছত ৪৫ অভাৰত তিনিটা উইকেট হেৰুৱাই ১২৫ ৰাণ সংগ্ৰহ কৰিছে
নিঃসন্দেহে মোৰ কেৰিয়াৰৰ নিজৰ লগতে অনুৰাগীসকলৰ বাবেও আটাইতকৈ উপভোগ্য আৰু গৌৰৱৰ এক অধ্যায়।
বি চি চি আয়ে এই টেষ্টখনৰ বাবে ভাৰতীয় দলটো পূৰ্বেই ঘোষণা কৰিছিল।
আনহাতে উইকেটৰক্ষক বেটাৰ দিনেশ কার্তিককো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে।
ভাৰতীয় ক্রিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে আজি ইংলণ্ডত অনুশীলন কৰি থকা টেষ্ট দলত যোগ দিছে।
আনহাতে ১২, ১৪ আৰু ১৭ জুলাইত তিনিখন এদিনীয়া মেচ খেলিব ভাৰত আৰু ইংলণ্ডে।
আফ্ৰিদি আন দুজন ক্ৰিকেটাৰৰ সৈতে কৰাচীত তেওঁলোকৰ হোটেলৰ কোঠাত এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত পোৱা গৈছিল।
উল্লেখ্য যে এছেজত মুখথেকেচাৰ পিছতে ৱেষ্ট ইণ্ডিজৰ হাততো বিধ্বস্ত হৈ সমালোচিত হোৱা ইংলিছ দলটোৱে এই জয়েৰে ফৰ্মলৈ উভতি অহাৰ ইংগিত প্ৰদান কৰিছে।
লেইষ্টাৰ নিৱাসী ভানুশ্রী মেধি , অসম সাহ্যিত সভাৰ যুক্তৰাষ্ট্ৰ শাখাৰ সভানেত্রী মঞ্জিৰা চৌধুৰী আৰু ডাঃ তৰুণ চৌধুৰীৰ তত্ত্বাৱধানত প্ৰথমবাৰৰ বাবে সামূহিকভাৱে লেইষ্টাৰত ৰঙালী বিহু উদযাপিত হয় ।
কিন্তু আগৰ তুলনাত সামান্য হ্ৰাস পাইছে দৈনিক সংক্ৰমণৰ ।
গ্ৰাহক জনে মূল্যৱান সামগ্রী পাহৰি গৈছে
মই লগে লগে টিকটটো ক্ৰয় কৰিলোঁ
July 4, 2022