ইয়াৰ বিপৰীতে আন বহুকেইটা সংগঠনে আজি বানাক্ৰান্তৰ মাজত পর্যাপ্ত খাদ্য, পানী, আন আন সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় ।
ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলা সম্পৰ্কীয় বহুতো মিছা বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে এই চেনেলসমূহ নিষিদ্ধ কৰা হৈছে।
আমি অহা পাঁচ বছৰত ইউৰোপীয় ইউনিয়নত ১০,০০০ নতুন চাকৰি সৃষ্টিকৰাৰ পৰিকল্পনা কৰিছো।
হোৱাটছএপৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামেও ব্যৱহাৰকাৰীক সকাহ দিয়াৰ উদ্দেশ্যে টুইটাৰৰ জৰিয়তে নিজৰ মন্তব্য দাঙি ধৰিছিল।
স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ইয়াৰ সঠিক তদন্ত বিচাৰি আৰু অভিযুক্তক শাস্তি দিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে।
ধৃত ৰফিকুল ইছলামে তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত বিভিন্ন প'ষ্ট দি আহিছিল ।
মৃত্যুৰ পিছত আকৌ যেন সজীৱ হৈ পৰিল সুশান্ত সিং ৰাজপুত ।
তালিবানৰ সৈতে সম্পৰ্ক গঢ়ি তোলা একাউন্ট ডিলিট কৰা হ'ব
একে বয়সৰ ২৪.৩ শতাংশৰ আছে ইনষ্টাগ্ৰাম একাউণ্ট।
গ্রুপটো ২০২১ চনৰ ২২ মাৰ্চত গঠন কৰা হৈছিল,এই গ্রুপটোৰ ৩৫৫ জন সদস্য আছে।
July 6, 2022