একেদৰে লখিমপুৰ জিলাৰ পশু চিকিৎসা বিভাগ, হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগ, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানেও প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে।
Read MoreTop central and Tripura intelligence officials interrogated Imran Hussain, 25, an Imam, Abul Kashem 32, a teacher, and Hamid Ali, a farmer, who were arrested from Jatrapur, a village in Sepahijala district of Tripura along India-Bangladesh border.
Read Moreএতিয়ালৈকে তেওঁলোকে ২০০০ৰো অধিক কৃষকক জৈৱিক কৃষিৰ প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ মাৰ্টাল্লী অঞ্চলৰ ২০খন গাঁও আৰু ইয়াৰ আশে-পাশে ৪০০ৰো অধিক কিটছেন গাৰ্ডেন স্থাপন কৰাত সহায় কৰিছে।
Read MoreAaranyak aims to set up seed bank with local seeds of the landscape so as to facilitate their proliferation among the farming community as well as to promote organic farming that gives high-value yield for farmers. These indigenous varieties are resilient to vagaries of local climate.
Read Moreতিনিচুকীয়া জিলাত ভাৰতীয় খাদ্য নিগমৰ তিনিচুকীয়া তথা কাকপথাৰ শাখা আৰু মাকুমস্থিত অসম ৰাজ্যিক কৃষি বিপনন পৰিষদে জিলাখনৰ স্থানীয় কৃষকৰ পৰা ধান ক্ৰয় কৰিব। আজি তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে তিনিচুকীয়াস্থিত ভাৰতীয় খাদ্য নিগমৰ শাখাত ধান ক্ৰয়ৰ পক্ৰিয়াৰ শুভাৰম্ভনী কৰে।
Read More