আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালকালয়ে দিছে এই নিৰ্দেশনা।
A visit here can be clubbed with Majuli—a ferry from Kamalabari to Dhunaguri Ghat and then by road to Narayanpur.
অতিৰিক্ত দুখন জাহাজ গুৱাহাটীৰ পৰা ৰাসৰ পূৰ্বে আহি মাজুলী পাব বুলি জনাইছে । ৰাসৰ সময়ত বিয়লি নিমাতীৰ পৰা শেষৰ ফেৰীখনৰ সময় হ'ব ৩.৩০ বজাত ।
ইফালে ফেৰী ঘাটত পুৱাৰে পৰা শ শ যাত্ৰীৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৷
বৰ্তমান কেৱল চাৰিচকীয়া বাহন পাৰাপাৰ হোৱাতহে বাধা প্ৰদান কৰিছে জিলা প্ৰশাসনে ।
ফেৰীসেৱাৰ লগতে মালবাহী নাওসমূহৰাে চলাচল সাময়িকভাৱে বন্ধ ৰখা হৈছে।
মঙলবাৰে ব্ৰহ্মপুত্ৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে পুনৰ বুধবাৰৰ পৰা ফেৰী সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।
মঙলবাৰে ব্ৰহ্মপুত্ৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে পুনৰ বুধবাৰৰ পৰা ফেৰী সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।
ইফালে মাজুলীত পুনৰ অঘটন। ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়ালে এজন যুৱকে ।
Possibilities are also being explored for deployment of fully electric ferry and hydrogen fuel cell ferries at Inland Waterways for enhancement of river cruise tourism in the country.
এতিয়া এইদৰে সঘনাই সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাই চিন্তিত কৰি তুলিছে সঘনাই ফেৰীত যাত্ৰা কৰা লোক সকলৰ লগতে সচেতন ৰাইজক ৷
সমান্তৰালকৈ চক্ৰ বিষয়াগৰাকীয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আইনক অৱমাননা কৰা সকলো ভূটভূটি জব্দ কৰা হ’ব বুলি চালকসকলক সকীয়নি প্ৰদান কৰে ।
March 2, 2023