The Commission will design and finalise its own guidelines and methodology for the purpose of delimiting the constituencies.
বহুকেইটা দলে নকআউট পৰ্যায়ৰ পূৰ্বে তথা কোৱাৰ্টাৰ ফাইনেলতে নিজৰ অভিযান সামৰিবলগা হয় ।
এই বিজয়েৰে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিলে নেডাৰলেণ্ডে ৷
বৰ্তমানলৈকে ৫ খন বিশ্বকাপত অংশ লৈছে লিঅ’নেল মেছিয়ে ৷
ৰানাৰ্ছ আপ ডিব্ৰুগড়ৰ পুৰুষ দলটোত আছিল কৌশিক ফুকন, ছাইদুল আলম বৰা, জিড়ান গগৈ, চাণক্য গগৈ আৰু অপ্ৰতিম গগৈ।
আমাৰ ক্ৰিকেট কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে এনে সুযোগ নাহে। আমি মাত্ৰ ফাইনেল খেলিম আৰু জয়ী হ'ম।
মহম্মদ ৰিজৱানে এতিয়াও এখন বা দুখন মেচত ভাল খেলিছিল। কিন্তু বাবৰৰ বেটৰ পৰা ৰান আহি থকা নাছিল। সেই নাটনি বুধবাৰে পূৰণ হ’ল।
তেওঁ এজন থ্ৰ’ ডাউন বিশেষজ্ঞ। মঙলবাৰে পুৱা তেওঁ ৰোহিতক থ্ৰ’ ডাউন দি আছিল। ৰঘুৰ থ্ৰ’ত আঘাত হানে ভাৰতীয় অধিনায়কক।
মুঠ ১৬ খন দেশে খেলিব লগীয়া এই প্রতিযোগিতাত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটাকৈ দল কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। প্ৰতিটো দলে তিনিখনকৈ মেচ খেলিব লাগিব।
কাইলৈ প্রতিযোগিতাৰ কোনো খেল নাই ছেমিফাইনেল খেল দুখন অনুষ্ঠিত হ'ব অহা ২১ আৰু ২২ ছেপ্টেম্বৰত।
ইয়াৰ উপৰিও অহা বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ টিকটও নিশ্চিত হৈছে।
৫০ অভাৰৰ বিশ্বকাপ, ২০ অভাৰৰ বিশ্বকাপৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াই কমনৱেলথতো সোণৰ পদক অৰ্জন কৰে।
February 4, 2023