লক্ষীপথাৰ উচ্চমাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটো যোৱা ২৭ জুনত আৰম্ভ হয়।
উল্লেখযোগ্য যে অসম দলটো গঠন কৰিবলৈ যোৱা ২৬ মে'ৰপৰা ওদালগুৰি জিলাৰ ডিমাকুছিত বাছনি শিবিৰ অনুষ্ঠিত হৈছিল।
বড়িগোগ বনভাগ ব্লকৰ দয়াপাৰ হাইস্কুল খেলপথাৰত ধর্মধমা স্পৰ্টছ এছ'চিয়েচনে বনভাগ উদয়ন সংঘক ১০-০ গ'লৰ ব্যৱধানত হৰুৱাই।
"বাহৰেইনৰ বিৰুদ্ধে দুখন মেচ খেলিব পৰা যায় নেকি সেয়া চাইছোঁ।"
উদ্ধোধনী খেলখন অনুষ্ঠিত হ’ব ডিমা ইউনাইটেড বনাম কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচিৰ মাজত ৷
সাংসদ হৰেণছিং বেʼ, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং আদি খেলখনত উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে।
চিৰি এ ৰ শীৰ্ষ দল জুভেণ্টাছৰ হৈ ১০১ আৰু পৰ্তুগালৰ হৈ ১১৫ গল কৰিছে।
ছয়বাৰৰ বেলন ডি'অৰ বিজয়ী খেলুৱৈগৰাকীৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই
ক্লাবটোৰ হৈ মুঠ ৪৩৮ খন খেল খেলিছিল
হাজাৰ হাজাৰ অনুৰাগীসকলক উদ্দেশ্য কৰি হাত জোকাৰি কৃতজ্ঞতা জ্ঞাপন কৰিছিল
৫২০ খন খেলত ৪৭৪ টা গ'লৰ সৈতে স্পেনিছ লীগৰ শীৰ্ষ স্ক'ৰাৰ হিচাপেও পৰিগণিত হৈছিল
২০০৪ চনৰ ১৬ অক্টোবৰত আনুষ্ঠানিকভাৱে দলটোৰ সৈতে আত্মপ্ৰকাশ কৰিছিল
July 6, 2022