১০০ ৰো অধিক ৰোগত
ইয়াৰ বাবে, আদাৰ কেইটামান টুকুৰা অলপ পানীত কাটি ৰাতিটো থৈ দিয়ক। পুৱা শুই উঠি এই আদা পানী খাব।
ৰাতি টোপনি যোৱাৰ পূৰ্বে গাখীৰত হালধি যোগ কৰি খালে শৰীৰ সতেজ কৰি তুলিব পাৰে।
২০২১ চনত বিশ্বজুৰি মধুমেহৰ ফলত প্ৰায় ৬.৭ নিযুত লোকৰ মৃত্যু হৈছে, য'ত যথেষ্ট সংখ্যক প্ৰাপ্তবয়স্ক লোক আছে
অত্যাধিক খোৱা,দীঘলীয়া ভোক বা মচলাযুক্ত খাদ্যৰ ফলতো পাকস্থলীত গেছ হ'ব পাৰে।
যুৱক-যুৱতীসকলে ৰক্ত শৰ্কৰাৰ স্তৰ অনিয়ন্ত্রিত হৈ থকাত ক্ৰমান্বয়ে মধুমেহ ৰোগত আক্রান্ত হ'বলগীয়া হৈছে
চাহ সুট্টা বাৰৰ মেনুত ১০ টকাৰ পৰা ১৫০ টকালৈকে চাহ আছে।
নিউমোনিয়া হৈছে হাঁওফাঁওত বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা জ্বৰ
৩০-৫০ খন ক'ভিড চিকিৎসা বিচনা স্থাপন কৰা হ'ব
Railways load 23 tonnes ginger from Dibrugarh to Hyderabad
Northeast's first-ever specialised 'ginger' processing plant at district Ri-Bhoui in Meghalaya is being revived and is likely to become functional in the beginning of 2021, Union Minister Jitendra Singh said on Wednesday.
February 7, 2023