The awardees include Diganta Barah, now Commissioner of Police, Guwahati City
Read Moreযিসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰিছে, তেওঁলোকৰ নিজৰ নিজৰ ৱাৰ্ডবোৰত সাংগঠনিক কাম-কাজ তীব্ৰ কৰাৰ লগতে ৱাৰ্ডবোৰৰ ৰাইজৰ মাজত সোমাই সামগ্ৰিকভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে ৷
Read Moreমুকুতা'ৰ সহযোগী সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজিৰ লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থকা গ্ৰন্থপ্ৰেমী ৰাইজক সম্বোধন কৰি ধেমাজিত অসম গ্ৰন্থমেলা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰি আদৰণি ভাষণ প্ৰদান কৰে ৷
Read Moreপৌৰ এলেকাত ব্যৱসায় কৰা চাইন বোৰ্ড, হৰ্ডিং, পোষ্টাৰ আদিত ওপৰৰ শাৰীত অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগিব আৰু তাৰ তলতহে ইংৰাজী বা হিন্দী ভাষাৰ ভাঙনি ব্যৱহাৰ কৰিব পাৰিব। অন্যথা দোষনীয় বুলি গণ্য কৰি ব্যবস্থা গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত অহা ১ আগষ্টৰ পৰা কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰিব লাগিব।
Read More