Under the agreement, while the entire cost of surgery and related treatment of patients would be borne by the Rajkot-based charitable trust, the State government would bear the cost of traveling and miscellaneous expenditures
ওড়িশাৰ ৰায়াগদা জিলাৰ এখন হোটেলত ২৪ ডিচেম্বৰত এজন ৰাছিয়ান নাগৰিকে আত্মহত্যা কৰিছিল ৷ হোটেলৰ চাদৰ পৰা জপিয়াই আত্মহনন কৰিছিল ৰাছিয়ান পৰ্যটকগৰাকীয়ে । মৃত ৰাছিয়ান নাগৰিকজন এণ্টোনা পাভলু বুলি চিনাক্ত কৰা হৈছিল ৷
মানুহে নিজৰ শৰীৰৰ কষ্টবোৰ ভালদৰে বুজি পায়।
চিগাৰেট সেৱন সুৰাপান আদিৰ পৰা দূৰত্ব থাকিব লাগে।
A large number of patients with a large Aorto Pulmonary Window usually die within 1 year of age if left untreated.
নিয়মিত আমলখি খালে মানুহৰ আৰ্থাৰাইটিছৰ দৰে ৰোগো নিয়ন্ত্ৰণ হয়।লগতে ছাল আৰু চুলিৰ বাবেও আমলখি অতিকৈ উপযোগী।
The Kasturba Gandhi Ashram - Gandhi Mandap walk as curated to re-visit two significant landmarks in the heart of the city.
১০ বজাৰ পৰা ১ বজালৈ
চুপাৰ ৱ'মেনৰ চৰিত্ৰত অভিনয় কৰিছে
জলপ্ৰপাত আৰু হ্ৰদত পোৱা যায়
মই সঁচাকৈয়ে আচৰিত হৈছো
পুৰুষৰ হৃদৰোগত আক্রান্ত হোৱাৰ আশংকা মহিলাতকৈ বেছি। ইয়াৰ কাৰণ হৈছে পুৰুষৰ কলেষ্টেৰলৰ স্তৰ মহিলাতকৈ অধিক, যাৰ ফলত এনে ধৰণৰ সমস্যা হ'ব পাৰে।
February 7, 2023