অঞ্চলটোৰ ১,৭৩,৮২১টা পশুধন বানত আবদ্ধ হৈ আছে। ইপিনে, বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে বানপীড়িতক খোৱাপানী আৰু খাদ্য যোগান ধৰিছে।
লেইষ্টাৰ নিৱাসী ভানুশ্রী মেধি , অসম সাহ্যিত সভাৰ যুক্তৰাষ্ট্ৰ শাখাৰ সভানেত্রী মঞ্জিৰা চৌধুৰী আৰু ডাঃ তৰুণ চৌধুৰীৰ তত্ত্বাৱধানত প্ৰথমবাৰৰ বাবে সামূহিকভাৱে লেইষ্টাৰত ৰঙালী বিহু উদযাপিত হয় ।
বৰ্তমান পৰিস্থিতিৰ বাবে মহাৰাষ্ট্ৰ আৰু এনচিআৰ ডেভ’লপাৰ্ছসকলে ইতিমধ্যে নিৰ্মাণ সামগ্ৰী ক্ৰয় বন্ধ কৰি দিছে আৰু মূল্য যুক্তিসংগত নোহোৱালৈকে কাম বন্ধ কৰি দিছে৷
১০ বছৰ পুৰণি হ'ব লাগিব
৪৬ টা পৰিৱৰ্তন থাকে
ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বন্ধৰ সূচী অনুসৰি অক্টোবৰ মাহত সমগ্ৰ দেশত ২১ দিনৰ বাবে বন্ধ থাকিব বেংক ।
তেওঁলোকে কোনোধৰণৰ সুফল পাবলৈ সক্ষম নহ'ল
মুঠ ১১ টা চৰিত্ৰত অভিনয় কৰা বাবে সাগৰিকা উজলিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত ।
অসম আৰক্ষীয়ে পূৰ্বৰ সুনাম ওভতাই আনিবলৈ সক্ষম হৈছে
শ্বহীদ গৰাকীৰ পৰিয়ালে বিগত দুটা বছৰে ৰাজ্য চৰকাৰৰ পৰা পোৱা নাই কোনো সঁহাৰি।
July 4, 2022