সমান্তৰালভাৱে এডিজিৰ সৈতে সম্পৰ্কিত কেইবাটাও নিৰ্দেশত স্বাক্ষৰ কৰি নিজৰ কৰ্তব্য সম্পাদন কৰে।
আমি এনেকৈয়ে একেলগে মহামাৰীৰ বিৰুদ্ধে যুঁজত জয়ী হ'ম ।
টীম ইণ্ডিয়াই দ্বিতীয় ইনিংছত ৪৫ অভাৰত তিনিটা উইকেট হেৰুৱাই ১২৫ ৰাণ সংগ্ৰহ কৰিছে
আজি অধিনায়কগৰাকীৰ কৰ'নাৰ উপস্থিতিৰ ফলাফল নিগেটিভ অহাৰ পিছতে ৭ জুলাইত অনুষ্ঠিত হ'বলগীয়া টি-২০ মেচখনত অধিনায়কত্বৰ দায়িত্বত ৰোহিতৰ যাদু দেখাৰ পূৰ্ণ সম্ভাৱনা আছে।
তেলেংগানাত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিলে দিল্লীৰ পৰাও বিজেপিক উচ্ছেদ কৰিম বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
কানহায়ালালৰ পৰিয়ালৰ হাতত ৫১ লাখ টকাৰ চৰকাৰী সাহায্যৰ এখন চেক প্ৰদান কৰিছে।
তাৰে ১৯গৰাকীয়ে লাভ কৰে খিতাপ,৭গৰাকীয়ে সোণৰ পদক, ৯গৰাকীয়ে ৰূপৰ পদক আৰু ৩গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
মনোজৰ এনে সাফল্যত গৃহ চহৰ ডিব্ৰুগড়ত আনন্দৰ লহৰ উঠিছে।
অধিনায়কৰ দায়িত্ব দিয়া হৈছে
যাত্ৰীসকলে খোজকাঢ়ি, ঘোঁৰা অথবা দাণ্ডিৰ সহায়ত যাত্ৰা কৰিছে যদিও একাংশ যাত্ৰীয়ে হেলিকপ্টাৰেৰে ঘাপ্পালৈ ৰাওনা হয় ৷
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা পেচাৰদ্বয় উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙক আয়াৰলেণ্ড ভ্ৰমণৰত দলত আছে।
লেইচেষ্টাৰশায়াৰ কাউণ্টি ক্লাবত অনুষ্ঠিত ৪ দিনীয়া অনুশীলন খেলখনৰ তৃতীয় দিনা ভাৰতৰ অধিনায়কজনে খেলপথাৰত অৱতীৰ্ণ হোৱা নাছিল।
July 4, 2022