এই বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন লোক আহত হয় ৷
আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । আহতসকলৰ শৰীৰত একাধিক গুলীৰ আঘাত পোৱা গৈছে ৷
সন্ত্ৰাসবাদীসকলক নিষ্ক্ৰিয় কৰিবলৈ অঞ্চলটোলৈ অধিক জোৱান ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে বুলিও আৰক্ষীয়ে জনাইছে ।
এই অভিযানত ৰাষ্ট্ৰীয় ৰাইফলছ, কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহ জড়িত হৈ আছে ৷
ইয়াৰ পূৰ্বে উগ্ৰপন্থীসকলে আতংক বিয়পোৱাৰ বাবে এনেদৰে কৰা বুলি ধাৰণা কৰা হৈছে।
তাৰ পাছতে এটা ঘৰত সন্ত্ৰাসবাদীটোৰ উপস্থিতিৰ সন্দেহ কৰি আৰক্ষীয়ে সাধাৰণ লোকসকলক সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে ।
জম্মু জিলাৰ বিছনাহ এলেকাত গণেশোৎসৱৰ কাৰ্যসূচীত সংঘটিত হৈছে এই ঘটনা ৷
আজাদক দেওবাৰে জম্মু বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত তেওঁক বহু সংখ্যক সমৰ্থকে আদৰণি জনায় আৰু তাৰ পিছত এক শোভাযাত্ৰাৰে জনসভালৈ লৈ যায় ।
তিনিজনীয়া কমিটীয়ে ঘটনাটোৰ ওপৰত অধিক তদন্ত কৰিব। কমিটীক এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ কোৱা হৈছে।
গুলীয়াগুলীৰ ঘটনাত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে ৷ থানা মাণ্ডি অঞ্চলত অভিযান অব্যাহত ৰাখিছে সেনাই ৷
অৱশেষত চিকিৎসাৰ সময়তেই মৃত্যুক সাৱটি লয় দুয়োজন সেনাৰ বিষয়াই।
তিব্বতৰ আধ্যাত্মিক গুৰু হিচাপে তেওঁৰ জীৱন তেতিয়াৰে পৰা আৰম্ভ হৈছিল।
ইয়াৰে প্ৰত্যুত্তৰত শুকুৰবাৰে এবিভিপিৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় চৌহদত 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰদৰ্শন কৰাৰ কথা মনস্থ কৰে। এই ঘোষণাৰ পিছতে দুয়োটা ছাত্ৰ গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।
তেওঁ সেই মন্তব্য কেৱল চিনেমাখনৰ উত্থাপিত ভংগিমাক লৈহে কৰিছিল। তেওঁৰ মতে এই ট্ৰেজেডীক লৈ অধিক গুৰুতৰ চিনেমা এখন হ’ব লাগে ।
এই বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল চিনেমাখনত অভিনয় কৰা অনুপম খেৰেও ।
দ্বিপাক্ষিক আলোচনাৰ কথা কোৱাৰ পাছতো প্ৰতিবাৰেই পাক পূৰ্বপুৰুষে আন্তঃৰাষ্ট্ৰীয় মঞ্চ ব্যৱহাৰ কৰি ভাৰতক দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছিল। শ্বাহবাজেও একে ধাৰা বজাই ৰাখিছিল।
সাত আইটিবিপি জোৱানৰ মৃত্যু হৈছে । আহত হৈছে আন কেইবাজনো । তেওঁলোকক শ্রীনগৰ সেনা হস্পিটেলত ভর্তি কৰোৱা হৈছে ।
January 30, 2023