সোমবাৰে ভাৰত আৰু শ্ৰীলংকা দুয়োটা দলেই পৃথকে পৃথকে অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত ৷
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সৈতে কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ো উপস্থিত থাকে ।
আনহাতে জব্দ হোৱা গাঞ্জা খিনিৰ ওজন প্ৰায় ২৩ কেজি ৬৪৫ গ্ৰাম বুলি জানিব পৰা গৈছে ।
প্ৰথম বিভাগত উত্তীৰ্ণ ২৯৭৪৮ গৰাকী ছাত্ৰীয়ে লাভ কৰিলে স্কুটী।
IIT Guwahati has selected two villages from Kamrup (Rural) District of Assam in the initial stage
ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং মিছনৰ অধীনত উত্তৰ-পূব অঞ্চলৰ একক ছুপাৰ কম্পিউটাৰ পৰম কামৰূপা উদ্বোধন কৰিব।
‘Param Kamrupa’, a supercomputer facility and a research and development facility
যোৱা শুকুৰবাৰে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৱকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈক ।
He assessed the magnitude of flood and resultant damage caused by the breached embankment and took stock of the measures taken by Water Resources Department to mitigate the sufferings of the people.
Resham Sutra is organizing training programs for rural silk spinners in the Ri Bhoi district of Meghalaya and Kamrup Rural and Goalpara in Assam.
চচ্ছলৰ খেলপথাৰত এক প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰে।
৩ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে
March 2, 2023