ভগৱানে যদিহে সহায় কৰে নিশ্চয় সাংসদ হ'ব পাৰিব।
ভিডিঅ'টোত প্ৰিন্সে হাতত হেন্দকাফ আৰু মুখত ক'লা কাপোৰ লৈ লকআপত প্ৰৱেশ কৰে।
এই ছবিখনে পুনৰ চিনেমা হললৈ বহু সংখ্যক দৰ্শকক ঘূৰাই অনাত যথেষ্ট সফল হৈছে।
অভিনেত্ৰী গৰাকীৰ ‘তেজস’ নামৰ ছবিখনো আহিবলগীয়া ছবিৰ ভিতৰত এখন।
তেওঁ নিজৰ কু প'ষ্টৰ স্ক্ৰীণশ্বটটো ইনষ্টাগ্ৰামটো শ্বেয়াৰ কৰিছিল।
নীৰৱতা ভংগ কৰিছে
অভিনেত্ৰী কংগনা ৰানাৱাটৰ বাবে তেওঁৰ জীৱনৰ সকলো উচ্ছৰ্গা কৰিবলৈ সাজু
পৰীয়া প্ৰায় ২.১৫ বজাত অভিনেতা কংগনাক ঘেৰাও কৰিছিলো
তেওঁ ভগত সিঙক ফাঁচী দিয়াটো বিচাৰিছিল বুলি প্ৰমাণ আছে
স্বাধীনতা সংগ্ৰাম সকলোৱে একেলগে যুঁজিছিল, সেয়া সংঘৰ হওঁক, বাওঁপন্থী লোক হওঁক, সোঁপন্থী হওঁক বা আন কোনোবা। ইয়াত সকলোৰে সমান অৱদান আছে।
মই সোনকালে বিবাহ পাশত আৱদ্ধ হ'ব বিচাৰো আৰু সন্তান জন্ম দিব বিচাৰো
তেওঁলোকে আমাৰ পুৰস্কাৰৰ সময় বেলেগকৈ নিৰ্ধাৰিত কৰি ৰাখিছিল
February 7, 2023