অৱশ্যে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব বহিষ্কৃত শিক্ষাৰ্থী কেইগৰাকীয়ে।
Read Moreবৰ্তমানৰ কভিড পৰিস্থিতিত দূৰণিবটীয়া আৰু যোগাযোগকে ধৰি নানা প্ৰত্যাহবান থকা বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে’ল ষ্টেশ্যনত উত্তৰ পূৱ সীমান্ত ৰে’লৱে’ৰ সহযোগত ২০ টা ৰে’লৱে’ ক’চ্চ কভিড ১৯ যতনৰ বাবে সাজু কৰা হৈছে। সেই বোৰত ৪০খন অক্সিজেনযুক্ত বিচনাকে ধৰি মুঠ ৩২০ খন বিচনা আছে।
Read More