However, the tests have confirmed the absence of harmful or suspicious substances in it. A report in this regard has been submitted to the state police department and the Special Protection Group (SPG).
এই শীৰ্ষ সন্মিলনত ৬০ গৰাকীতকৈ অধিক বিশেষজ্ঞৰ অংশগ্ৰহণ কৰাৰ কথা আছে৷
এতিয়া অধিক সতৰ্ক হৈ পৰিছে কৰ্ণাটক চৰকাৰ ৷
বিভিন্ন বিষয়বস্তুৰ ওপৰত ২১ লাখতকৈ অধিক লোকে মহাৰাষ্ট্ৰত এমাহতেই কন্টেন্ট ক্ৰিয়েচন কৰে।
বৃহস্পতিবাৰে কৰ্ণাটক বিজেপিৰ সভাপতি নলিন কুমাৰ কাটিলক সেই স্থানত উপস্থিত হোৱাৰ সময়ত উত্তেজিত ৰাইজে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰতিষ্ঠানটোৱে কৈছে যে সমল অৱৰোধ কৰাৰ আদেশ আইটি আইনৰ ধাৰা ৬৯ এ তকৈ পৃথক।
ৰাজহুৱা স্থানত ‘অবৈধভাৱে স্থায়ী অনুজ্ঞাপত্ৰ' প্রদান কার্যতো উদ্বেগ প্রকাশ কৰে ন্যায়ালয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি তিনি সপ্তাহ পাছত ধাৰ্য কৰা হৈছে।
শিক্ষা প্ৰতিষ্ঠানৰ হিজাব বিতৰ্কই শেহতীয়া কেইটামান মাহত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।
উল্লেখ্য যে উত্তৰ প্রদেশে ১৫৫ ৰানত প্ৰথম ইনিংছ সামৰিছিল।
কর্ণাটকৰ শিক্ষামন্ত্রী বিচি নাগেশে ইয়াৰ আগতে ঘোষণা কৰিছিল যে হিজাব পৰিধান কৰা শিক্ষার্থীসকলক পৰীক্ষাত বহিবলৈ দিয়া নহ’ব।
সমিতিখনে 'এটা নতুন ধৰ্মৰ উদ্ভৱ - বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম' অধ্যায়ৰ পৰিচয় অংশটো আঁতৰাবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে।
কৰ্ণাটক উচ্চ ন্যায়ালয়ে আজি গোচৰটোৰ ৰায় দিছিল।
February 7, 2023