প্রশিক্ষক ক্ৰমে দেৱজিৎ মিছিং আৰু মুন্না ৰেগনৰ তত্বাৱধানত খেলুৱৈসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
এই প্ৰতিযোগিতাত ল'ৰাৰ শাখাত যোৰহাটৰ উৎপলজ্যোতি দাস আৰু ছোৱালীৰ শাখাত আশামনি বৰাই শ্রেষ্ঠ ফাইটাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
অসম অলিম্পিক যুৱ ক্রীড়া সমাৰোহত আশাব্যঞ্জক ফলাফল দেখুৱাব পাৰিব বুলি আশা প্রকাশ কৰাৰ লগতে আটাইকেইগৰাকী খেলুৱৈক শুভেচ্ছা জনায়।
সুৰজ ডিগবৈ পাণবাৰী গাওঁৰ নিবাসী সুৰজ বিশ্ব কোঁৱৰ আৰু পদুমী কোঁৱৰৰ পুত্ৰ তথা ডিগবৈৰ বিবেকানন্দ একাডেমি দশম শ্ৰেণীৰ ছাত্র।
দেৰগাঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জনোৱা হয় সম্বৰ্ধনা।
January 31, 2023