গুলীয়াগুলীৰ ঘটনাত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে ৷ থানা মাণ্ডি অঞ্চলত অভিযান অব্যাহত ৰাখিছে সেনাই ৷
Read More২০২০ ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে শিৱসাগৰৰ মৰিবিল সৰোবৰক অসমৰ প্ৰথম জলক্রীড়া ক্ষেত্ৰৰূপে ঘোষণা কৰাৰ লগতে এই জলক্রীড়া বিকাশৰ বাবে কাম কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব শিৱসাগৰ ব’টিং আৰু ৰ’য়িং সন্থাক প্ৰদান কৰে ।
Read More