বিদেশী সমস্যাৰ কিছু নিৰাময়ৰ আশা আইনগতভাৱে সমাধানৰ পথ প্ৰশস্ত হ'ব ।
তেওঁ কোনো অপ্ৰাদেশীকৃত বিদ্যালয়ক ভৱিষ্যতে প্ৰাদেশিকীৰণ নকৰাৰ সিদ্ধান্ত আৰু অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰা তথা সংলগ্ন কৰা ব্যৱস্থা বাতিল কৰাৰ দাবী জনায় ।
দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অবিৰত ভাৱে চলি আছে।
সত্ৰীয়া নৃত্যৰ জগতখনৰ সৈতে যোৱা পাঁচটা দশকজুৰি ওতপ্ৰোতভাৱে জড়িত শাৰদী শইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা।
উল্লেখযোগ্য যে অসম দলটো গঠন কৰিবলৈ যোৱা ২৬ মে'ৰপৰা ওদালগুৰি জিলাৰ ডিমাকুছিত বাছনি শিবিৰ অনুষ্ঠিত হৈছিল।
বহু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ তুলনাত শিক্ষকৰ অভাৱ।
এবছৰতে ১৫,২৭১.২৭ কোটি টকাৰ ধাৰাত পোত গৈছে হিমন্তৰ চৰকাৰ।
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনতো গোচৰ ৰুজু হৈছিল অখিল গগৈৰ বিৰুদ্ধে ৷
চৰকাৰলৈ আমাৰ দাবী উত্তৰ-পূবত হিন্দী শিক্ষা জাপি দিব খোজা হঠকাৰী সিদ্ধান্ত অবিলম্বে বাতিল কৰক।
অহা ২৩ আৰু ২৪ এপ্ৰিলত সোণাৰিত অনুষ্ঠিত হ’বলগীয়া এটা বিশেষ অনুষ্ঠানত বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰা হ’ব৷
আনহাতে, বিগত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ তিনিজনে আৰু AIUDFৰ সাতজন বিধায়কে বিজেপিক ভোট প্ৰদান কৰিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে।
আজি ৰাজ্যসভাৰ বহু প্ৰত্যাশিত নিৰ্বাচন । এই বৃহৎ সময়তো বিৰোধী ঐক্যৰ মাজত অব্যাহত আছে সংঘাত ।
August 15, 2022