এই প্রতিযোগিতাৰ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ চাৰিটা স্থান লাভ কৰা খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া মূল পর্বত খেলাৰ সুযোগ লাভ কৰিব ৷
Read More: ২০২১ চনৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ বাবে দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে চাৰিটাকৈ স্থানীয় খেল অন্তৰ্ভুক্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে ২০২১ চনৰ খেলো ইণ্ডিয়া য়ুথ গেমছ হাৰিয়ানা অনুষ্ঠিত হ’ব ৷ নতুনকৈ অন্তৰ্ভুক্ত হ’ব লগা খেলৰ নাম হ’ল গাটকা, কালাৰিপায়ত্তু, থাং-টা আৰু মল্লখাম্বা। নতুনকৈ অন্তৰ্ভুক্ত হোৱা চাৰিবিধ খেলে দেশৰ চাৰি অঞ্চলক প্ৰতিনিধিত্ব কৰে
Read More