বিৰূপ প্ৰভাৱ পেলায়
সুৰক্ষিত কৰি ৰাখিব পাৰি
স্বাস্থ্যৱান কৰি ৰখাটো গুৰুত্বপূৰ্ণ
উপকাৰী হিচাপে গণ্য কৰা হয়
কিডনিত পাথৰ আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ চিকিৎসাত সহায় কৰে। ই কিডনিক সুস্থ ৰাখে।
এনে ধৰণৰ শতাধিক মানুহ বসবাস কৰি আছে
বিনামূলীয়াকৈ পৰামৰ্শ দিয়া হ'ব
চিকিৎসকসকলে সন্দেহ কৰিছে যে ৰোগীজনে দুবছৰতকৈ অধিক সময় ধৰি এই পাথৰৰ সমস্যাত ভুগি আছিল।
ভুল খাদ্য খোৱা, ঔষধ আৰু দূষিত পৰিৱেশৰ বিষাক্ত উপাদানে বৃক্কৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়
মানুহৰ ভুল জীৱনশৈলী আৰু বদঅভ্যাসে বৃক্কক বেয়াকৈ প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে
কমকৈ পানী খালে যেনেদৰে বিভিন্ন ৰোগে দেখা দিয়ে, বেছিকৈ পানী খালেও নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
পাথৰ হলে ক্ষেত্ৰত যথেষ্ট সংযম অৱলম্বন কৰিব লাগে
January 28, 2023