সম্প্ৰতি পাইলট প্ৰশিক্ষণ কেন্দ্র স্হাপনৰ ফলত বহুগুণে গুৰুত্ব লাভ কৰিছে লখিমপুৰ ৰ লীলাবাৰী বিমান বন্দৰে।
Read Moreলখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ২৪ মাৰ্চ তাৰিখটো সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰতো "বিশ্ব যক্ষ্মা দিৱসৰ " লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সভাকক্ষত অনুষ্টিত হয়। আজি বিশ্ব যক্ষ্মা দিৱসৰ শোভা যাত্ৰা উদ্ধোধন কৰে লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: মনোজ কুমাৰ দাসে।
Read Moreসমদলকাৰী সকলে বাটে বাটে বড়ো মাধ্যমৰ বিদ্যালয় সমূহত প্ৰৱেশ কৰি গুণগত শিক্ষাৰ ওপৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে ৷ আজিৰ এই বাইচাইকেল সমদলটো উদ্বোধন কৰে বৰদলনি আঞ্চলিক বড়ো সাহিত্যসভাৰ সম্পাদক বিনান মুছাহাৰীয়ে ৷
Read More