নদীপৰীয়া অঞ্চলসমূহ ইতিমধ্যে জলমগ্ন হৈ পৰিছে । জিলাখনৰ চৌদিশে বান পীড়িতৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ।
Read Moreএইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত মুঠ ৪,৩১,১৩২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৪,১৯,৮৮৭ গৰাকী পৰীক্ষাৰ্থী ।
Read Moreএইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত মুঠ ৪,৩১,১৩২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৪,১৯,৮৮৭ গৰাকী পৰীক্ষাৰ্থী ।
Read Moreউল্লেখ্য যে প্রধানমন্ত্রীয়ে উদ্বোধন কৰা এই কেঞ্চাৰ কেন্দ্ৰটি কার্যক্ষম হোৱাৰ এমাহৰ ভিতৰতে এনেদৰে চিলিং খহি পৰা কাৰ্যই কেঞ্চাৰ কেন্দ্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ স্বৰূপ উদঙাই তুলিছে।
Read Moreলখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ২৪ মাৰ্চ তাৰিখটো সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰতো "বিশ্ব যক্ষ্মা দিৱসৰ " লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সভাকক্ষত অনুষ্টিত হয়। আজি বিশ্ব যক্ষ্মা দিৱসৰ শোভা যাত্ৰা উদ্ধোধন কৰে লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: মনোজ কুমাৰ দাসে।
Read Moreসমদলকাৰী সকলে বাটে বাটে বড়ো মাধ্যমৰ বিদ্যালয় সমূহত প্ৰৱেশ কৰি গুণগত শিক্ষাৰ ওপৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে ৷ আজিৰ এই বাইচাইকেল সমদলটো উদ্বোধন কৰে বৰদলনি আঞ্চলিক বড়ো সাহিত্যসভাৰ সম্পাদক বিনান মুছাহাৰীয়ে ৷
Read MoreThe body of one of the 34 workers from Uttar Pradesh's Lakhimpur Kheri district who had gone missing in Uttarakhand's Tapovan, was recovered, Nighasan Tehsildar Dharmendra Pandey said on Wednesday.
Read More