এই উচ্ছেদ অভিযানক লৈ উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন সম্পূর্ণ সষ্টম হৈ পৰিছে ।
Read Moreৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত সমগ্ৰ অসমত চলা স্বাস্থ্য সেৱা অভিযানৰ অন্তৰ্গত ২২ নৱেম্বৰত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ লখিমপুৰৰ নাওবৈচা খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত বালিটিকা হাইমাদ্রাছাত অনুষ্ঠিত কৰা হয়।
Read MoreTo help India's startups amid the COVID-19 pandemic, tax holidays for these businesses have been extended by one year till March 31, 2022, said Finance Minister Nirmala Sitharaman while presenting the Union Budget 2021-22 on Monday.
Read Moreনগাঁও, মৰিগাঁও, হোজাই আৰু কামৰূপ মহানগৰৰ আংশিক অঞ্চলত সৰ্বমুঠ ৩৬টা সমষ্টি আছে।৩৬টা সমষ্টিত ১৭ ডিচেম্বৰৰ পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা বিয়লি ৪ বাজি ৩০ মিনিটলৈ ভোটগ্ৰহন অনুষ্ঠিত হ’ব।প্ৰায় তিনি লক্ষাধিক ভোটাৰে ১২৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব।
Read More