বাস্তুৱে এইটোও কৈছে যে ঘৰৰ চোতালত এজোপা নেমু গছ ৰোপণ কৰিব লাগে।
Read Moreপি.এম.এফ.এম.ই আচঁনিৰ অধীনত প্ৰস্তাৱিত ২৯ টা উদ্যোগে ইতিমধ্যে অনুমোদন পাইছে। কাৰ্যসূচীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা "ONE DISTRICT ONE PRODUCT "ৰ অধীনত তিনিচুকীয়া জিলাৰ বাবে "ASSAM LEMON" ৰ এটি সংসাধন ইউনিট গঢ়ি তোলাৰ ক্ষেত্রত ডি.পি.আৰ প্ৰস্তুতিৰ বাবে উপস্থিত সকলো সংশ্লিষ্ট বিভাগসমূহৰ সহযোগিতা কামনা কৰে।
Read More