সামৰিক মৰ্যাদাৰে জন্মভূমিত অলেখ লোকৰ উপস্থিতিত শেষ বিদায় জনোৱা হয় শ্বহীদ বীৰ সেনা বিষয়াগৰাকীক।
মুকলি সভা আৰম্ভণিৰ পূৰ্বে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ পৰিয়ালসমুহক অগপ নেতৃবৃন্দই সম্বৰ্ধনা জ্ঞাপন কৰে ৷
মোৰ মৃতদেহ সংগ্ৰহ কৰিবলৈ আপুনি কেতিয়াও নাহিব।
অনুষ্ঠানটোত সাংসদ হৰেণছিং বে, বিধায়ক বিদ্যাছিং ইংলেঙ, ৰূপছিং টেৰণেকে ধৰি পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু সদস্য উপস্থিত থাকে ৷
তেওঁ শিশুসকলৰ সৈতে দীপক নৈনৱালক অন্তিম বিদায় জনাবলৈ আহিছিল,তেতিয়াই তেওঁ ঠিৰাং কৰিছিল যে তেওঁ অতি শীঘ্ৰে সেনা বাহিনীত যোগদান কৰিব।
শনিবাৰে মণিপুৰত তেওঁলোকৰ কনভয়ত আক্ৰমণ কৰাৰ সময়ত তেওঁ আন তিনিজন জোৱান আৰু এজন কমাণ্ডিং অফিচাৰ আৰু তেওঁৰ পৰিয়ালৰ সৈতে শ্বহীদ হৈছিল।
সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদীসকলক উপযুক্ত প্ৰত্যুত্তৰ দিছিল।
Family members paying tribute to martyer of Bhumiswatta Andolan
January 30, 2023