উল্লেখ্য যে, গুৱাহাটীৰ ছাত্ৰীবাৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল ছিপাঝাৰৰ সানোৱাতাৰী নিবাসী নিহত ডকাইত।
Read Moreতেখেতক এই পাঠ্যপুথি খনৰ দক্ষিণ পূব এছিয়া সংস্কৰণৰ এজন অন্যতম সম্পাদক হিচাপে মনোনীত কৰিছে। কিতাপ খনৰ দুটা অধ্যায় " Acute Opiod Toxicity " আৰু " Acute opioid withdrawal in the Emergency Department " ৰ লিখাৰ দায়িত্বও বিশিষ্ট চিকিৎসক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ওপৰত অৰ্পণ কৰিছে।
Read Moreইতিমধ্যে ৰাষ্ট্ৰসংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ছইদক গ্ল’বেল টেৰৰিষ্ট হিচাপে ঘোষণা কৰিছে।হাফিজৰ আত্মীয় ৰেহমান মাক্কিক ছমাহৰ কাৰাদণ্ড বিহা হয়।ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদী ছইদৰ ঘনিষ্ঠ সহযোগী আৰু জামাত উদ দাৱাৰ মুখপাত্ৰ ইয়াহিয়া মুজাহিদক ৩২ বছৰৰ কাৰাদণ্ড বিহিছিল আদালতে।
Read Moreগুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক আৰু বি.এড চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে । ৩ ছেপ্টেম্বৰত ঘোষণা কৰা হয় বি.এডৰ অফলাইন পৰীক্ষা আৰম্ভ হ'ব ২২ ছেপ্টেম্বৰৰ পৰা । বি.এডৰ ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ১৫ৰ পৰা ২০ ছেপ্টেম্বৰলৈ ।
Read MoreThe temperature in Death Valley, located between the US states of California and Nevada, reached 54.4 degrees Celsius (130 degrees Fahrenheit) on Sunday afternoon, the highest temperature recorded in the country since 1913, according to the National Weather Service.
Read More