এই ক্ষেত্ৰত গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত সংযোজন সাপেক্ষে যোগদান কৰা বিষয়াকেইজনক ঘূৰাই আনি নিজৰ প্ৰকৃত কৰ্মস্থলীত যোগদান কৰাই বিভাগটোক গতিশীল কৰি তুলিবলৈ জিলা সাংবাদিক সংস্থাৰ সঁজাতী দলটোৱে জিলা উপায়ুক্তগৰাকীৰ ওচৰত দাবী উত্থাপন কৰে।
Read Moreইতিমধ্যে মৰিগাঁও জিলা উপায়ুক্তৰ অভিযোগৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ৮ জনকৈ সমবায় এজেন্টক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। অৱশ্যে আৰক্ষী অভিযানৰ উমান পাই মূল অভিযুক্ত লোচনাবৰি সমবায় সমিতিখনৰ সচিব ৰুফুল আমিনে পলায়ন কৰিবলৈ সক্ষম হয়
Read Moreআৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় ডেৰ কোটি টকা হোৱাৰ উপৰি আৰক্ষীয়ে ২ খন মটৰ চাইকেল,১৪ টা চাবোনৰ বক্স, ৫ টা ম'বাইল আৰু নগদ এক লাখ পঞ্চাছ হাজাৰ টকা জব্দ কৰে।তদুপৰি আৰক্ষীয়ে এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Read MoreThe police official further pointed out that though wildlife crime was not in prime focus of police department, such crimes must be given due importance by the police in view of the alarming dimension of wildlife crime and trade
Read More