নীলোৎপল মৃনালৰ দুখন উপন্যাস - 'ডাৰ্ক হৰ্ছ' আৰু 'ঔঘাদ' অতি জনপ্ৰিয় আৰু সৰ্বাধিক বিক্ৰী হোৱা কিতাপ।
Read MoreNoida police have booked Member of Parliament Shashi Tharoor, journalists Rajdeep Sardesai, Mrinal Pande, Vinod K Jose (Caravan) and others for sedition in the wake of the violence on January 26 in Delhi,
Read MoreMrinalini Devi, Vice President Asom Sahitya Sabha along with other dignitaries released a book titled’ Milol Kautok’ written by Naba Krishna Rajkhowa at a book release function held at Gauhati Press Club on Wednesday.
Read Moreসামাজিক মাধ্যমত বিপ্লৱজ্যোতি মোহন নামৰ এজন যুৱকে যুদ্ধবিৰতি গোটৰ আলফা নেতা জিতেন দত্তৰ বিৰুদ্ধে বিভিন্ন সময়ত সতীৰ্থ হত্যা , ধর্ষন ইত্যাদি গুৰুতৰ অভিযোগ উত্থাপন কৰি বহু চাঞ্চলয়কৰ ফেচবুক পোষ্ট নিজৰ টাইমলাইনৰ যোগেদি ৰাজহুৱা কৰি আহিছে । উক্ত চাঞ্চলয়ময় পোষ্টবোৰ ভাইৰেল হোৱাৰ পিছতে দৈনিক তোলপাৰ লগাইছে আলফাৰ দুই পক্ষৰ ভিতৰ আৰু বাহিৰচৰাত ।
Read Moreখুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই নিজৰ চাহখেতিৰ পৰা চাহ পুলি উভালি বাঁহ পুলি ৰোপন কৰিছে বিধায়ক শইকীয়াই I ইতিমধ্যে ১ হেক্টৰ মাটিত বাঁহ পুলি ৰোপনৰ পৰিকল্পনা কৰি বৰ্তমানলৈকে ৪০০ জোপা উন্নত মানৰ বাঁহ পুলি ৰোপন কৰিছে ।
Read Moreআজি এই অনুষ্ঠানত ২০ গৰাকী মহিলাক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুছ হাজৰিকাই আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ পিছত জিলাখনৰ মুঠ ৫,০০০ হিতাধিকাৰীক এই আঁচনিৰ অধীনত চেক প্ৰদান কৰা হয় আৰু বাকীসকলক ব্লক আৰু ৱাৰ্ড পৰ্যায়ত নিৰ্ধাৰিত টকাৰ চেক বিতৰণ কৰা হ’ব।
Read Moreমন্ত্ৰীগৰাকীক সংগ দিয়ে গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, ড° পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যােতি দাস আৰু জিলা উপায়ুক্ত তথা আন বিভাগীয় বিষয়াসকলে ।
Read More