পৰীক্ষাগাৰটো IDSP আৰু NHM চৰাইদেউ জিলাৰ উদ্যোগত আৰম্ভ কৰা হয় ।
Read Moreৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত সমগ্ৰ অসমত চলা স্বাস্থ্য সেৱা অভিযানৰ অন্তৰ্গত ২২ নৱেম্বৰত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ লখিমপুৰৰ নাওবৈচা খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত বালিটিকা হাইমাদ্রাছাত অনুষ্ঠিত কৰা হয়।
Read Moreগুৱাহাটী প্ৰেছ ক্লাৱৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় আগবাঢ়ি আহে প্ৰায় ১৯ গৰাকী সাংবাদিক।NHMৰ সহযোগত আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত সোমবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সভাকক্ষত অনুষ্ঠিত হয় সাংবাদিকৰ প্লাজমা প্ৰদান কাৰ্যসূচী।
Read More