এনএইচপিচিৰ কতৃৰ্পক্ষক সকলো ৰাজনৈতিক দল - সংগঠন , সমাজ সেৱক আৰু ৰাইজক লগত লৈ কাৰিকৰী কৌশল সমুহৰ আলোচনা কৰাৰ পৰামৰ্শ আগবঢ়াবলৈ তেওঁ কয়
Read Moreইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায়বোৰ কামেই সম্পূৰ্ণ হৈ উঠিছে৷ ১১৬ মিটাৰ উচ্ছতাৰ মূল বান্ধৰ কাম এতিয়া প্ৰায় ১০০ মিটাৰ সম্পূৰ্ণ হৈ উঠাৰ লগতে পাৱাৰ হাউচৰ কাম সম্পূৰ্ণ হৈ উঠিছে৷
Read More