উল্লেখ্য যে, ২০২২ চনৰ জুলাই মাহত মিৰ্জাই উইম্বলডনত অন্তিমখন খেল খেলিছিল আৰু অল ইংলেণ্ড ক্লাবত ডিফেণ্ডিং চেম্পিয়ন নীল স্কুপস্কি আৰু ডেচিৰে ক্ৰ’চিকৰ বিৰুদ্ধে মিক্সড ডাবলছৰ ছেমি ফাইনেল মেচত পৰাস্ত হৈছিল।
বৰ্তমান ছোনীয়া গান্ধীৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।
ধৰ্মৰ সমাপ্তি আৰম্ভ হৈছে
তেওঁ দুজন অধিবক্তাৰ সহায়ত ৰাজনৈতিক আশ্ৰয় লোৱাৰো চেষ্টা চলাইছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ।
আইজলৰ এজনক গ্ৰেপ্তাৰ কৰা হয়
সম্প্ৰতি আৰক্ষীয়ে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷
তিৰুৱানন্তপুৰমৰ সাংসদ থাৰুৰে শেহতীয়াকৈ ছোনিয়া গান্ধীক সাক্ষাৎ কৰে।
জনসাধাৰণক বিপথে পৰিচালিত কৰি আহিছিল
বিতৰ্কিত নাগৰ্নো-কাৰাবাখ অঞ্চলক লৈ পূৰ্বৰ দুখন ছোভিয়েট দেশ আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত ৰক্তাক্ত সংঘাত আৰম্ভ হৈছে।
ফেব্ৰুৱাৰী মাহত এন আই এয়ে দাউদৰ বিৰুদ্ধে নতুনকৈ গোচৰ তৰিছিল।
ধনৰ পুৰস্কাৰ কৰিছে
বি জে পিৰ যিমান উত্থান হ'লেও কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াক হিলাব নোৱাৰে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।
February 7, 2023