আন্দোলনৰ কাৰ্যসূচীৰ বাবে সাজু হৈ আছোঁ
Read Moreৰাজ্যিক কৰ্মচাৰীৰ ওপৰত চৰকাৰে ১ ফেব্ৰুৱাৰী, ২০০৫ তাৰিখে জাঁপি দিয়া এন.পি.এচ. কাৰ্যকৰী কৰা তাৰিখটোক “প্ৰৱঞ্চনাৰ দিন” হিচাবে পালন কৰি ক’লা বেজ পৰিধান কৰা, ১২ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে কোকৰাঝাৰত সাধাৰণ সভা অনুষ্ঠিত কৰা, জানুৱাৰী মাহৰ ভিতৰত ৰাজ্য চৰকাৰলৈ পুণৰ আৱেদন জনাই NPS বাতিলৰ বিষয়টো অগন্তুক বাজেট অধিৱেশনত গুৰুত্বসহকাৰে আলোচনা কৰাৰ স্বাৰ্থত পদক্ষেম গ্ৰহণ কৰাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷
Read More