কৃষক সভাৰ ৰাতুল বৰাই সমগ্ৰ বিষয়টো সন্দৰ্ভত এক কার্যক্রমণিকা প্রস্তুতি সন্দৰ্ভত প্রথম পদক্ষেপ হিচাপে পুথিভঁৰাল সেৱা সঞ্চালকলৈ জিলা উপায়ুক্তৰ জড়িয়তে গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিছে।
দুৰ্ঘটনাটোত বিধায়ক ৰূপক শৰ্মা আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে ।
বন্যহস্তীৰ উপদ্ৰৱ বন্ধ কৰাৰ ক্ষেত্ৰত বন বিভাগ তথা চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাই ৰাইজে ।
Spotlights with solar panels
ৰূপহীহাটৰ কাৱৈমাৰী আৰু নগাঁও সদৰৰ বেলতলিতো নিতৌ ছিণ্ডিকেট চক্রই সৰবৰাহ কৰা গৰু কচাই খানাত কটা বুলি অভিযোগ উঠিছে।
En route to Kaziranga from Guwahati, Ranthali is a wonderful destination for a day trip.
স্থানীয় ৰাইজে এইক্ষেত্ৰত চৰকাৰক উচিত পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাইছে।
বহুতে আইন হাতত তুলি লোৱা এই ঘটনাক গৰিহণা দিয়াৰ লগতে অমানৱীয় কাণ্ড সংঘটিত কৰা সকলক কঠোৰ শাস্তিৰো দাবী উত্থাপন কৰিছে ।
ইয়াৰ সমান্তৰালভাৱে সাপ্তাহিক ৰণাংগন কাকতখনো নিয়মীয়াকৈ প্ৰকাশ পাই আছে।
ইতিমধ্যে আশ্বিকুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে BPCHৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে।
সম্প্ৰতি নগাঁও সদৰ থানাত কামৰুজক চলোৱা হৈছে জেৰা ৷
January 30, 2023