মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱৰ এখন চিকিৎসা মহাবিদ্যালয়ে মেডিকেল কলেজৰ স্বীকৃতি লাভ কৰাৰ পিছতেই স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী ।
Read Moreকৃষক সভাৰ ৰাতুল বৰাই সমগ্ৰ বিষয়টো সন্দৰ্ভত এক কার্যক্রমণিকা প্রস্তুতি সন্দৰ্ভত প্রথম পদক্ষেপ হিচাপে পুথিভঁৰাল সেৱা সঞ্চালকলৈ জিলা উপায়ুক্তৰ জড়িয়তে গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিছে।
Read Moreএইখন ডাম্পিং গ্ৰাউণ্ডতে দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু আৰু জাতিৰ পিতা মহাত্মা গান্ধীয়ে হাজাৰ হাজাৰ লোকৰ সন্মুখত উদাত্ত ভাষণ আগবঢ়ায় ৰাইজক দীৰ্ঘ সময় দেশপ্ৰেমেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল
Read MoreThe bridge will be constructed at an estimated total cost of Rs 3094 crores, said the Finance Minister. The bridge will facilitate direct connectivity to the internationally renowned silk town of Sualkuchi and the industrial region of Amingaon with Guwahati and the International airport.
Read More