নগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইম্না আলঙৰ কথা দেশবাসীয়ে আজি শুনে৷ ময়ো ছচিয়েল মিডিয়াত টেমজেনক চাবলৈ সদায় চেষ্টা কৰো।
Read Moreকেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জয়পুৰ গ্ৰাম্য সমষ্টিৰ সাংসদ ৰাজ্যবর্ধন সিং ৰাথোৰ, সাংসদ ৰামচৰণ বোহৰা আৰু কৃষি মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে।
Read Moreতেওঁ প্ৰশ্ন কৰে যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কানৰাড চাংমা আৰু তৃণমূল নেতা মুকুল চাংমাই বিজেপিক ভয় কৰিছে নেকি? তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীৰ সমাৱেশ বন্ধ কৰিব পাৰে, কিন্তু ৰাজ্যখনৰ জনসাধাৰণে বিজেপিক ভোট দিবলৈ মন স্থিৰ কৰিছে।
Read MoreIn fact, 11,140 artistes will be selected to perform in the mega bihu dance event and 70 per cent of them will be female artistes mostly dancers and 30 per cent will be male artistes

Read More