তেনে পৰিপ্ৰেক্ষিততে এতিয়া ৰূপায়ণ কৰা হৈছে এই বিশেষ আইন।
শুকুৰবাৰে ১০৪ বলত ১৪৫ ৰানৰ ইনিংছ খেলিছিল লেথামে ।
ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি পাকিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে।
চিন্তনীয় বিষয় হৈ পৰিছে
ৰুতুৰাজ গাইকোৱাদ, উমৰাণ মালিককো সুযোগ দিয়া হৈছে। বংগৰ পৰা এই দলটোত আছে অভিমন্যু ইশ্বৰন আৰু মুকেশ কুমাৰ।
আলোচনাৰ বিষয় হৈ পৰিছে
উল্লেখ্য যে এছেজত মুখথেকেচাৰ পিছতে ৱেষ্ট ইণ্ডিজৰ হাততো বিধ্বস্ত হৈ সমালোচিত হোৱা ইংলিছ দলটোৱে এই জয়েৰে ফৰ্মলৈ উভতি অহাৰ ইংগিত প্ৰদান কৰিছে।
১৭২ ৰাণৰ লক্ষ্য বান্ধি দিয়া নিউজিলেণ্ডক সাতটা বল বাকী থকা অৱস্থাতে পৰাস্ত কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াই ৷
February 8, 2023