কিন্তু আই এম এফে যোৱা নৱেম্বৰ মাহত সেই অনুদান দিয়া বন্ধ কৰি দিছিল।
এনে পৰিস্থিতিত পাকিস্তানে কেনেকৈ বিত্তীয় সংকটৰ পৰা ৰক্ষা পৰে সেয়া লক্ষণীয় হ’ব। দেশখনে এক দীৰ্ঘম্যাদী সুৰক্ষিত বিত্তীয় নীতি অবিহনে সংকট মোচন কৰাটো সম্ভৱ নহয় বুলিও কোৱা হৈছে।
পাকিস্তানে শেষবাৰৰ বাবে ভাৰতক নিজৰ ভূখণ্ড ব্যৱহাৰ কৰাত বাধা দিছিল ২০২১ চনত তালিবানে পাকিস্তান দখল কৰাৰ পিছত।
আত্মঘাতী বোমাৰুজনে পুলিচ লাইনৰ ভিতৰত থকা অত্যন্ত সুৰক্ষিত এই মছজিদটোত প্ৰৱেশ কৰিছিল, য'ত মছজিদটোত প্ৰৱেশ পথত চাৰিটা স্তৰৰ নিৰাপত্তা ব্যৱস্থা আছিল ।
ভাৰতে এইবোৰ কাম বন্ধ কৰি আলোচনাৰ বাবে সাজু বুলি বিশ্বজুৰি বাৰ্তা বিয়পাব লাগিব লাগিব, তেতিয়াহে এয়া সম্ভৱ।
কন্যা আৰু নাতি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ খবৰ লাভ কৰাৰ পিছতে দুয়োকে ওভতাই আনিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৱাহিদাৰ মাতৃ আজিখা খাতুন।কিন্তু আদালতেও তেওঁৰ লেখ আবেদন খাৰিজ কৰে।
আমাৰ ক্ৰিকেট কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে এনে সুযোগ নাহে। আমি মাত্ৰ ফাইনেল খেলিম আৰু জয়ী হ'ম।
মহম্মদ ৰিজৱানে এতিয়াও এখন বা দুখন মেচত ভাল খেলিছিল। কিন্তু বাবৰৰ বেটৰ পৰা ৰান আহি থকা নাছিল। সেই নাটনি বুধবাৰে পূৰণ হ’ল।
ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি পাকিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে।
পাকিস্তানৰ ৰাজনীতিত শেহতীয়া অস্থিৰতা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গুলীয়াই হত্যা কৰাৰ সন্দৰ্ভত কোনো মন্তব্য নকৰাকৈয়ে ঝাওৱে কয় যে আমি তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।
প্ৰথমখনত পাকিস্তানে নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। দ্বিতীয়খনৰ বাবে মন্থৰ হৈ পৰিব পিটছ, সেয়ে পেচ বলাৰে অধিক সুফল পাব বুলি আশা কৰা হৈছে।
২০১৮-১৯ বৰ্ষত ভাৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ সময়ত ভাৰতৰ নেট বলাৰ হিচাপে উপস্থিত আছিল পাকিস্তানৰ উদীয়মান পেচাৰ হেৰিছ ৰাউফ ।
এই বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন লোক আহত হয় ৷
এই বিস্ফোৰণত গেৰেজটোৰ নিচেই কাষতে থকা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাসগৃহৰো ক্ষতিসাধন কৰে। বিস্ফোৰণ টোত মন্ত্ৰী বাসগৃহৰ একাংশ খিৰিকীৰ লগতে গ্লাচ সমুহ ভাঙি চূড়মাৰ হয় ।
However what is not baffling is the manner in which the authorities are reacting to the latest incident of Islamist terror attack.
এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল।বৰ্তমানে কাৰাগাৰত জীৱন অতিবাহিত কৰিছে আটাইকেইজন দোষীয়ে।
এখন ৰে’লৰ ৭ খন ইন্ধনৰ টেংকিত জুই লাগি যায়। বিস্ফোৰণত নিহত হৈছে ৩ জন লোক। এই কাণ্ডৰ ফলত দলংখনৰ দুটা স্পেন আংশিকভাৱে ভাঙি পৰে।
ইয়াৰ পূৰ্বে উগ্ৰপন্থীসকলে আতংক বিয়পোৱাৰ বাবে এনেদৰে কৰা বুলি ধাৰণা কৰা হৈছে।
অৱশ্যে বিস্ফোৰণত মৃত্যু হোৱা ৰাছিয়ান কৰ্মচাৰী দুজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷
এই ঘটনাৰ কিছুদিন পূৰ্বে মুম্বাইৰ সমীপৰ ৰায়গড়ৰ উপকূলৰ পৰা এখন পৰিত্যক্ত নাওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল।
কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাৰদানে জনোৱা মতে, মছজিদৰ ভিতৰত হোৱা এই বিস্ফোৰণক লৈ তদন্ত অব্যাহত আছে ।
অৱশেষত চিকিৎসাৰ সময়তেই মৃত্যুক সাৱটি লয় দুয়োজন সেনাৰ বিষয়াই।
কৰ্ণাটক চৰকাৰৰ গৃহমন্ত্ৰী আৰাগা জ্ঞানেন্দ্ৰই ব্যক্ত কৰা অনুসৰি আৰ এছ এছৰ কৰ্মীসকলক উপযুক্ত নিৰাপত্তা প্রদান কৰা হ'ব।
গোচৰ ৰুজু কৰা হৈছে
March 2, 2023