ভাৰতে এইবোৰ কাম বন্ধ কৰি আলোচনাৰ বাবে সাজু বুলি বিশ্বজুৰি বাৰ্তা বিয়পাব লাগিব লাগিব, তেতিয়াহে এয়া সম্ভৱ।
কন্যা আৰু নাতি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ খবৰ লাভ কৰাৰ পিছতে দুয়োকে ওভতাই আনিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৱাহিদাৰ মাতৃ আজিখা খাতুন।কিন্তু আদালতেও তেওঁৰ লেখ আবেদন খাৰিজ কৰে।
আমাৰ ক্ৰিকেট কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে এনে সুযোগ নাহে। আমি মাত্ৰ ফাইনেল খেলিম আৰু জয়ী হ'ম।
মহম্মদ ৰিজৱানে এতিয়াও এখন বা দুখন মেচত ভাল খেলিছিল। কিন্তু বাবৰৰ বেটৰ পৰা ৰান আহি থকা নাছিল। সেই নাটনি বুধবাৰে পূৰণ হ’ল।
ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি পাকিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে।
পাকিস্তানৰ ৰাজনীতিত শেহতীয়া অস্থিৰতা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গুলীয়াই হত্যা কৰাৰ সন্দৰ্ভত কোনো মন্তব্য নকৰাকৈয়ে ঝাওৱে কয় যে আমি তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।
প্ৰথমখনত পাকিস্তানে নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। দ্বিতীয়খনৰ বাবে মন্থৰ হৈ পৰিব পিটছ, সেয়ে পেচ বলাৰে অধিক সুফল পাব বুলি আশা কৰা হৈছে।
২০১৮-১৯ বৰ্ষত ভাৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ সময়ত ভাৰতৰ নেট বলাৰ হিচাপে উপস্থিত আছিল পাকিস্তানৰ উদীয়মান পেচাৰ হেৰিছ ৰাউফ ।
১৬০ ৰাণৰ লক্ষ্য ভেদি পাকিস্তানক হৰুৱাই প্ৰতিশোধ পূৰণ টীম ইণ্ডিয়াৰ ।
আমাৰ দলৰ সদস্যসকলে আগতেও এনে ধৰণৰ খেল খেলিছে আৰু তেওঁলোকে এনেকুৱা পৰিস্থিতিত নিজকে কেনেকৈ মেনেজ কৰিব লাগে জানে।
দেশৰ বিভিন্ন প্ৰান্তত পিটিআইৰ বৈঠক অনুষ্ঠিত হয় । ইয়াৰ পিছত এই উপ-নিৰ্বাচনত ইমৰাণৰ দলৰ প্ৰায়বোৰ আসনত জয় লাভ কৰে ।
ইছলামবাদৰ ফেডাৰেল ইনভেষ্টিগেশ্যন এজেন্সীৰ কৰ্প’ৰেট বেংকিং চাৰ্কলৰ দ্বাৰা এই গোচৰ ৰুজু কৰা হৈছে।
After four days of deliberation during the Financial Action Task Force (FATF) meeting held virtually in the French capital of Paris a decision regarding Pakistan's status was taken.
January 26, 2023