মূহুর্ততে খাই শেষ কৰিব পাৰে
সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে
নিয়ম উলংঘনকাৰীয়ে জৰিমনাৰ বাবে দায়ী হ'ব
প্লাষ্টিক বটল দি বিনামূলীয়াকৈ ভ্ৰমণ কৰক
৩ বাৰ ওঁঠ সংৰোপণকে ধৰি বহুটো অংগৰ চাৰ্জাৰী অন্তৰ্ভুক্ত হৈ আছে
এই নিৰ্দেশ অনুসৰি যিসকল ব্যৱসায়ী তথা জনসাধাৰণে পলিথিন মজুত কৰণ বা ব্যৱহাৰ কৰিব;তেওঁ লোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশনা জাৰি কৰে ।
ইয়াৰ পিছতো কোনো ব্যৱসায়ী বা ব্যক্তি বিশেষে পলিথিন ব্যৱহাৰ কৰিলে তেওঁক আইন মতে শাস্তি বিহা হ'ব।
এই আদেশ অমান্য কৰিলে আইপিচিৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডণীয় হ’ব৷
প্ৰায় ১৪,০০০ প্লাষ্টিকৰ বটলৰ সহায়ত এটা সাধাৰণ আকাৰৰ বাসগৃহ তৈয়াৰ কৰিব পৰা যায়
Prime Minister Narendra Modi urged citizens to resolve to make the country free from single-use plastic and appreciated the efforts by some people for undertaking cleanliness drive.
কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।এতিয়াৰে পৰা গুৱাহাটীত প্লাষ্টিকৰ বেগ বিক্ৰী আৰু ব্যৱহাৰ কৰিলে জৰিমনা বিহা হব।
March 2, 2023