চৰকাৰী চৰম অৱহেলাৰ প্ৰতিবাদত সোমবাৰে ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে বেতন বঞ্চিত কৰ্মচাৰীসকলে ।
সদৌ অসম উল্লেখ্য যে, ৰাজ্যৰ পলিটেকনিকসমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে কৰ্মচাৰীসকলে পালন কৰে এই কর্মবিৰতি ৷
১২ ছেপ্টেম্বৰৰ পৰা অনির্দিষ্টকালীন কর্মবিৰতি পালন কৰা হ'ব ।
এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ পলিটেকনিক আৰু আই টি আইৰ শিক্ষাত ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হ'ব।
প্ৰযুক্তিবিদ্যাৰে সমাজ গঢ়াৰ সপোন দেখা প্ৰতিজন অভিজন্তাক আজিৰ সভাৰ দ্বাৰা সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাই শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰে ।
A 17-year-old youth from Arunachal Pradesh, studying at the Government Polytechnic , was allegedly attacked by four to five persons in the college premises, police said.
January 30, 2023