দক্ষিণ এছিয়াৰ আমেৰিকান
আগৰ তুলনাত বহুত সুৰক্ষিত
ৰাতি শুব নোৱাৰোঁ
প্ৰিয়ংকাই কেজিএফ: চেপ্তাৰ ২ চলচ্চিত্ৰখনৰ তুফান নামৰ গানটো গাইছিল।
পোহৰবোৰ ভাল লগা হৈছে
প্ৰিয়ংকাক চিনি নোপোৱা খুব কম সংখ্যক লোকহে ওলাব
ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে নিজৰ এক সুকীয়া পৰিচিতি থকাৰ পাছতো এনেদৰে পৰিচয় দিয়াত স্বাভাৱিকতে ক্ষুণ্ণ হয় অভিনেত্ৰীগৰাকী।
প্ৰিয়ংকাক অনুষ্ঠানটোত নিৰন্তৰ নিজকে প্ৰশংসা কৰা আৰু তেওঁৰ স্বামীক অপমান কৰা দেখা গৈছিল
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ বিবাহৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল
উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰদীপ শ্ৰীবাস্তৱক লখিমপুৰ হিংসাৰ তদন্তৰ বাবে নিযুক্তি দিছিল
বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে লখিমপুৰ খেৰীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব ।
উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ২৪ ঘণ্টাতকৈও অধিক সময় ধৰি অবৈধভাৱে বন্দী কৰি ৰাখিছে।
মীৰাবাঈ চানু, নীৰজ চোপ্ৰাৰ দৰে ক্ৰীড়াজগতৰ বহু বৃহৎ ব্যক্তিয়ে এই প্রতিযোগিতাখনত অংশগ্রহণ কৰিব।
প্ৰথমজন ভাৰতীয়
ইয়াৰ উপৰিও অহা বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ টিকটও নিশ্চিত হৈছে।
বার্মিংহামত কমনৱেলথ গেম্ছতো সোণৰ পদক প্ৰায় নিশ্চিত আছিল ভাৰতৰ। এতিয়া নীৰজৰ অনুপস্থিতিত নিশ্চিত পদক হেৰুৱালে দেশবাসীয়ে।
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ চূড়ান্ত ৰাউণ্ডত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল।বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ চতুৰ্থটো থ্ৰ’ৰ পিছত আঘাতপ্ৰাপ্ত হয় নীৰজ।
ইয়াৰ পূৰ্বে ২০০৩ চনত পেৰিছত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত কিংবদন্তী লং জাম্পাৰ অঞ্জু ববি জৰ্জে ভাৰতৰ হৈ প্ৰথমবাৰলৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ।
বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেৱাৰ্ড খেলপথাৰত অনুষ্ঠিত খেলখনত ২৪ বৰ্ষীয় যুৱ খেলুৱৈগৰাকীৰ জেভলিনৰ দূৰত্ব আছিল ৮৮.৩৯ মিটাৰ ৷
সোণৰ মানদণ্ড বুলি গণ্য কৰা হয়
এইটো নিশ্চিত
February 4, 2023