তেওঁ উক্ত খেলখনত ওড়িশাৰ পূজা নায়কক পৰাস্ত কৰে ।
Chhath puja
আমি বিচাৰো যে এই দেশৰ সকলো নাগৰিকে ধৰ্ম নিৰ্বিশেষে নিজৰ ধৰ্মীয় নীতি নিয়ম সমানে পালন কৰিব পাৰে।
কমিল্লাৰ উপৰিও চান্দপুৰ, চাপাইনবাগাঞ্জ, চট্টগং, কক্স বজাৰত মন্দিৰত আক্ৰমণ সংঘটিত হৈছে।
অৱশ্যে ইয়াৰ উৎস বিচাৰি পোৱা নাই যদিও যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ নিৰাপত্তা বাহিনী আৰু অগ্নিনির্বাপক বাহিনীক সাজু কৰি ৰাখিছে দেৰগাঁও প্রশাসনে।
শৈৱ শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত দহ দিনীয়া দুৰ্গা পূজাৰ আয়োজন।
জিলাখনৰ পূজা সমিতি সমূহৰ সৈতে হোৱা এই বৈঠকত উপায়ুক্ত গৰাকীয়ে আগন্তুক দুৰ্গা পূজা উদযাপনৰ সময়ত পালন কৰিবলগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে অৱগত কৰে
আওকাণ কৰিলে নচলিব, মানিব লাগিব আমাৰ দাবী।
সভাত উপস্থিত বিভিন্ন জনৰ পৰামৰ্শ গ্ৰহণ কৰাৰ উপৰিও আইন শৃংখলা জনিত ৰাজ্য চৰকাৰৰ স্থায়ী নিৰ্দেশনা সমূহো পূজা কমিটি সমূহক অৱগত কৰা হয় ।
জয়ৰামবতীত পূজা দৰ্শনৰ পিছত উভতি অহাৰ পথত কামৰপুকুৰকো চাব পাৰিব। প্ৰতিজন ব্যক্তিৰ বাবে ৫৫০ টকা। বাছত লঘু আহাৰ, চাহ বা কফি পৰিবেশন কৰা হ’ব।
ক'লা যাদুত লিপ্ত হোৱাটো ভুল
January 26, 2023