২০১৫ চনত তেওঁ খেলৰ পৰা ছুটী লৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।
ভাৰত জোড়ো যাত্ৰা পাঞ্জাৱত ৭ দিন পৰ্যন্ত চলাৰ অন্তত পাঠানকোট হৈ জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব বুলি জানিবলৈ পৰা গৈছে ।
অৱশ্যে চিকিৎসালয় নৌপাওঁতেই ৰক্তক্ষৰণ হৈ মৃত্যুমুখত পৰে নেতাগৰাকী ।
প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠি চাৰ্জৰো আশ্ৰয় ল’বলগীয়া হৈছিল।
সোমবাৰে শিৰোমণি আকালি দলৰ (এছএডি) সভাপতি সুখবীৰ সিং বাদলে কয় যে মুখ্যমন্ত্ৰীক লুফথানছাৰ বিমানখনৰ পৰা বিমান নমাই অনাৰ বাতৰিয়ে সমগ্ৰ বিশ্বৰ পাঞ্জাবীসকলক লজ্জিত কৰিছে ।
এই সন্দৰ্ভত মাত্ৰ এটা ভিডিঅ’ ফাদিল হোৱা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়েও একেই কথা কয়।
১৯৩৭ চনত দ্বিতীয় ৰাণী এলিজাবেথৰ পিতৃ ষষ্ঠ জৰ্জৰ অভিষেকৰ বাবে এই মুকুটটো বনোৱা হৈছিল।
খেলুৱৈকেইগৰাকীয়ে ৰঙাগড়াৰ ভুবন চন্দ্ৰ তেৰাং মেম'ৰিয়েল কলেজ প্ৰাংগণত স্থানীয় সচেতন লোকসকলে পঞ্জাব অভিমুখে ৰাওনা হ'বলগীয়া আটাইকেইগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, মানক চণ্ডীগড়স্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ বিমানযোগে নিশাৰ ভাগত অনা হয়।
সীমান্ত সুৰক্ষা বাহিনীৰ ডিআইজি প্ৰভাকৰ যোশীয়ে এই কথা নিশ্চিত কৰে ৷
সিন্ধুৰ দৰে ডালেৰ মেহেন্দীৰ বাবেও কয়দীৰ কাৰণে যোগান ধৰা একেধৰণৰ খাদ্যকে কৰ্তৃপক্ষই প্ৰদান কৰি আহিছে।
আদালতে আজি বেইল আবেদনখন খাৰিজ কৰিছিল আৰু গায়কজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।
February 7, 2023