However what is not baffling is the manner in which the authorities are reacting to the latest incident of Islamist terror attack.
Nagaland Governor and the Central Government's interlocutor for the Naga peace talks R.N. Ravi has rejected the demand for a separate flag and constitution for the state as demanded by the NSCN (IM).
T 20 match to be played between India and South Africa
২০১৪ চনত ৭টা, ২০১৬ চনত ৩টা আৰু ২০১৮ চনত ৭টা উইকেট দখল কৰিছিল। তেওঁ এইবাৰ এতিয়ালৈকে এটা উইকেট পাইছে।
জিম্বাবুৱে ভ্ৰমণৰ বাবে প্ৰশিক্ষক দ্ৰাবিড়ক জিৰণি দিয়া হৈছিল ।
বিদায় দিব পাৰে
আজি অধিনায়কগৰাকীৰ কৰ'নাৰ উপস্থিতিৰ ফলাফল নিগেটিভ অহাৰ পিছতে ৭ জুলাইত অনুষ্ঠিত হ'বলগীয়া টি-২০ মেচখনত অধিনায়কত্বৰ দায়িত্বত ৰোহিতৰ যাদু দেখাৰ পূৰ্ণ সম্ভাৱনা আছে।
অধিনায়কৰ দায়িত্ব দিয়া হৈছে
ভাৰতীয় ক্রিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে আজি ইংলণ্ডত অনুশীলন কৰি থকা টেষ্ট দলত যোগ দিছে।
তাৰ পাছতে দ্বিতীয়খন মেচত দক্ষিণ আফ্ৰিকাই চাৰি উইকেটত জয়লাভ কৰি পাঁচখনীয়া টি-২০ শৃংখলাত ২-০ ৰ অগ্ৰগতি লৈছিল। শৃংখলাৰ শ্ৰেষ্ঠ হয় ভাৰতৰ পেচাৰ ভূৱনেশ্বৰ কুমাৰ
স্বাভাৱিকতে আয়াৰলেণ্ড ভ্ৰমণ ভি ভি এছ লক্ষ্মনৰ বাবে নতুন অভিজ্ঞতা হ’ব।
আশ্চৰ্য্যজনক প্ৰদৰ্শন দেখুৱাইছিল
১২১ মেচ জিকিছে
March 2, 2023