আজি অধিনায়কগৰাকীৰ কৰ'নাৰ উপস্থিতিৰ ফলাফল নিগেটিভ অহাৰ পিছতে ৭ জুলাইত অনুষ্ঠিত হ'বলগীয়া টি-২০ মেচখনত অধিনায়কত্বৰ দায়িত্বত ৰোহিতৰ যাদু দেখাৰ পূৰ্ণ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেও নিৰ্বাচনত ভোট দান কৰে ।
অধিনায়কৰ দায়িত্ব দিয়া হৈছে
ইফালে, প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব লৈছে ভি ভি এছ লক্ষ্মনে৷
ভাৰতীয় ক্রিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে আজি ইংলণ্ডত অনুশীলন কৰি থকা টেষ্ট দলত যোগ দিছে।
তাৰ পাছতে দ্বিতীয়খন মেচত দক্ষিণ আফ্ৰিকাই চাৰি উইকেটত জয়লাভ কৰি পাঁচখনীয়া টি-২০ শৃংখলাত ২-০ ৰ অগ্ৰগতি লৈছিল। শৃংখলাৰ শ্ৰেষ্ঠ হয় ভাৰতৰ পেচাৰ ভূৱনেশ্বৰ কুমাৰ
স্বাভাৱিকতে আয়াৰলেণ্ড ভ্ৰমণ ভি ভি এছ লক্ষ্মনৰ বাবে নতুন অভিজ্ঞতা হ’ব।
বিচিচিআইয়ে ২৬ জুনৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে।
ইডিয়ে পূৰ্বে জাৰি কৰা এখন চমনত ৰাহুল গান্ধীক ২ জুনত ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল ৷
সোমবাৰে ৰাহুল গান্ধীয়ে ইডিৰ কাৰ্যালয়ত যোৱাৰ সময়ত তেওঁক আন আন কংগ্ৰেছ নেতাসকলেও সংগ দিয়াৰ কথা প্ৰকাশ কৰিছে।
Resham Sutra is organizing training programs for rural silk spinners in the Ri Bhoi district of Meghalaya and Kamrup Rural and Goalpara in Assam.
১২১ মেচ জিকিছে
টীম ইণ্ডিয়াই ৮ খন মেচত জয়ী হৈছে
ৰাহুল দ্ৰাবিড়ৰ সৈতে বিচিচিআইয়ে দীৰ্ঘদিন ধৰি কথা পাতি আছিল, কিন্তু ৰাহুলে আগতে এই পদগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।
টি-২০ বিশ্বকাপৰ পিছত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে
ক্ৰীড়া জগতত বিশেষকৈ ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰাৰ বাবে সদায় এটা চাপ থাকে।
তেওঁ এক্সট্ৰা-কভাৰত ফিল্ডিং কৰোঁতে কান্ধত আঘাত পাইছিল।
টুইটটোত ভাৰতীয় এদিনীয়া দলৰ সদস্যসকলেও প্ৰতিযোগিতাখনৰ ওপৰত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছিল।
July 4, 2022