The Railway team, on getting information, acted swiftly and traced the location of the train and at the next coming station
The organisation flags that the conservation costs must be prioritised while planning for developmental projects such as linear infrastructure and other land-use changes.
টুইটযোগে পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে, এপ্ৰ’চ তথা ভিয়াডাক্টৰ নিৰ্মাণৰ ৩২২ কোটি টকাৰ ব্যয় সম্পূৰ্ণৰূপে এন এইচ এ আয়ে বহন কৰিব ।
উল্লেখযোগ্য যে ইঞ্জিন আৰু ছেছিছ নম্বৰত ৰং সানি আনিছিল এই চোৰাং সামগ্ৰীখিনি ।
এই সমস্ত জয় ৰাইড বিশেষ ৰে'লসমূহ ৩ খন প্ৰথম শ্ৰেণীৰ চেয়াৰ কাৰৰ গঠনেৰে চলাচল কৰিব।
বিগত ১৪ মে’ত ডিমা হাছাও জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথৰ ৮৫ কিলোমিটাৰ জুৰি ৬১ টা স্থানত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ৰে’লপথ সম্পূৰ্ণভাৱে বিধস্ত হৈ পৰিছিল ।
অৱশ্যে যাত্ৰীয়ে অনলাইন টিকট বুকিঙৰ সময়তেই লাগেজৰো তথ্যসহ বুকিং কৰিব পাৰিব।
ইতিমধ্যে ৰে'লপথটো মেৰামতি কৰাৰ বাবে ৰে'ল কৰ্মচাৰী আৰু নিৰ্মাণ সংস্থাক দায়িত্ব অৰ্পণ কৰিছে বুলি জানিবলৈ দিয়ে উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ।
এই সমূহ কামৰ উন্নত মানদণ্ডৰ অগ্ৰগতিৰ বাবে 'Non Destructive Testing Van'ৰ জৰিয়তে কামৰ গুণাগুণৰ পৰীক্ষা কৰা হৈছে ।
চৰকাৰী পক্ষৰ অৱহেলাৰ বাবেই ধংশ হৈছে এটা ৰেল লাইন আৰু ঐতিহাসিক বহু কেইটা ৰেল ষ্টেচন।
১০-১৫ শতাংশ লৈকে লাইন ক্ষমতা বৃদ্ধিৰ ফলত উত্তৰ পূব ৰে'লৱেৰ বহুতো শাখাত সংপৃক্ততাৰ স্তৰ হ্ৰাস হ'ব আৰু অধিক কোচিং ৰে’ল চলাব পাৰিব ৷
এই যাত্ৰীবাহী ৰে'লখনে আজি আবেলি ৪.৪৫ বজাত নিউ-বঙাইগাঁও এৰিব আৰু নিশা ৯.২৫ মিনিটত গুৱাহাটী পাব।
February 4, 2023